দেউলীয়াদেউৰী

দেউলীয়া হ (Assamese) [ Roman: deu.li.ya ho]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-01-27
1. Business-Commerce-Economics(Verb-Intran.) to be in such a state that a person is judicially declared subject to having his or her estate administered under the bankrupt laws for the benefit of creditors ধন-সম্পত্তি উছন হৈ ধাৰত পোত যোৱা অৱস্থা হোৱা অথবা স্থাৱৰ-অস্থাৱৰ সম্পত্তিতকৈ দেনাৰ পৰিমাণ বহু অধিক হৈ ঋণ পৰিশোধ কৰিব নোৱাৰা অৱস্থা হোৱা